Posts

Showing posts with the label Was Prophet and 4 Khalifas leave any documents other than Quran?Ans-No

Was Prophet and 4 Khalifas leave any documents other than Quran?Ans-No

”Obey Ellah and obey the Messenger”-3️⃣ ক্ৰমিক নংঃ-1️⃣0️⃣4️⃣ . জাল প্রাসঙ্গিক গল্প (আছবাব-নাজুল) যিবোৰ কোৰআনৰ শত্রুবোৰ আৰু ফিৰ্কা সম্প্রদায়ৰ লোকসকলে কোৰআনৰ আয়াতৰ লগত সংযুক্ত কৰি পেলাইছে।  সত্য হল: অতিৰিক্ত কোৰআন উপাদান যেনে তথাকথিত ৰচিত হাদিসৰ কিতাপ, চুন্নাহ, পৰচৰ্চা(গসিপ) তাফছিৰ, আৰু প্রসঙ্গৰ গল্প (আছব্বা-ই-নাজুল) হ'ল পৱিত্ৰ কোৰআনৰ বিৰুদ্ধে সর্বশ্রেষ্ঠ ষড়যন্ত্র, পৰাজিত জৰথুস্ট্রিয়ান, জনাডকা, আদি ভণ্ডৰ দ্বাৰা ৰচিত  আৰু ইছলামৰ শত্রু। ইয়াতে এটা গুৰুত্বপূর্ণ প্রশ্ন হয়ঃ নবী আৰু চাৰিজন খলিফাই লিখিত কোৰআনৰ লগত তথাকথিত হাদিস, চুন্নাহ, তাফছিৰ আৰু প্রাসঙ্গিক গল্পৰ (আসব্ব-ই-নাজুল)কোনো লিখিত পাণ্ডুলিপি ৰাখি গৈছিল নেকি?   উত্তৰ হল ঋণাত্মক, কেতিয়াও ৰাখিথৈ যোৱা নাছিল।  যদি কোৰআন বুজিবৰ বাবে এই সকলো বস্তুৰ প্রয়োজন হয়, তেনেহলে কমপক্ষে চাৰিজন খলীফাৰ এই ধৰণৰ অতিৰিক্ত কোৰআনী পাণ্ডুলিপি সংকলন কৰিথৈ যোৱাটো উচিত নাছিলনে?  কিন্তু তেওঁলোকে এনে কৰা নাছিল।  ।।।। গতিকে;  এইটো স্পষ্ট হৈ যায়যে এই সকলো অতিৰিক্ত কোৰআনৰ উপাদানবোৰ কোৰআন বুজাৰ বাবে প্রয়োজন নাছিল আৰু অতি...