Meaning of "Good Example' means Sunnah of Prophet?
”Obey Ellah and obey the Messenger”-5️⃣ ক্ৰমিক নংঃ-1️⃣0️⃣6️⃣(যোৱা সংখ্যাৰ পিছৰ পৰা...) 🔴"কোৰআন দ্যা আহছানাল হাদিস" ("Quran the Ahsanal Hadith")🔴 🔰চৈয়দ ৰফ🔰 ।।।। ⬇️⬇️ কোৰআনত হাদিস, চুন্নাহ, সংবাদ, কাহিনী আদি বিভিন্ন কথা-বতৰাৰ সমাহাৰ ঘটিছে। এই সকলোবোৰ আমাৰ ধাৰাবাহিক লিখনিৰ প্ৰথমেই ক্ৰঃ ১-৭ৰ মাজত বিস্তৃত আলোচনা কৰি আহিছো, চাওঁক: https://fb-ahsanal.blogspot.com/2021/09/hadithssunnah-etc-in-quran.html?m=1 ।।।। "নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত উত্তম আদৰ্শ আছে।...."(৬০:৪). . ইব্ৰাহীমৰ আ:ছা: বুখাৰি আদিৰ দৰে কিবা হাদিস আছে নেকি যাক উত্তম আদৰ্শ বুলি মানিব? এই উত্তম আদৰ্শ কেৱল কোৰআনতেই উল্লেখ কৰা হৈছে, কোনো বাহিৰা কিতাপত নহয়। . ঠিক একেদৰেই মহম্মদৰ আ:ছা: উত্তম আদৰ্শ কেৱল কোৰআনতেই পাব। ৩৩:২১ لَقَدْ كَانَ لَكُمْ فِي رَسُولِ اللَّهِ أُسْوَةٌ حَسَنَةٌ لِمَنْ كَانَ يَرْجُو اللَّهَ وَالْيَوْمَ الْآخِرَ وَذَكَرَ اللَّهَ كَثِيرًا অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আশা কৰে আল্লাহ আৰু শেষ দি...