Posts

Showing posts with the label Obey Messenger" means obey Bukhari etc extra notes?

Obey Messenger" means obey Bukhari etc extra notes?

”Obey Ellah and obey the Messenger”-1 ক্ৰমিক নংঃ-102 "আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’ Obey E'llah and obey the messenger  أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ সচৰাচৰ চলি থকা কথাই ইয়াৰ অৰ্থ কৰেঃ "আল্লাহৰ আনুগত্য কৰা" মানে কোৰআন আৰু  "ৰাছুলৰ আনুগত্য কৰা" মানে বুখাৰিআদি হাদিসৰ কিতাপক বুজাই দিয়ে। গতিকে যেতিয়ালৈকে উক্ত আয়াতংশক বুজি নেপাব তেতিয়ালৈকে ইছলামক বুজিও নেপাব আৰু ইয়াৰ মাজত নেথাকিবও। বিষয় বস্তুৰ মাজত সোমোৱাৰ আগতে কেইটামান আয়াতৰ উদাহৰণ লোৱা যাওকঃ ٤٦:٢٤ لَقَدْ أَنْزَلْنَا آيَاتٍ مُبَيِّنَاتٍ ۚ وَاللَّهُ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ ২৪:৪৬ অৱশ্যে আমিয়েই সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছো, আৰু আল্লাহে যাক ইচ্ছা সৰল-সঠিক পথত পৰিচালিত কৰে। ٤٧:٢٤ وَيَقُولُونَ آمَنَّا بِاللَّهِ وَبِالرَّسُولِ ⬅️وَأَطَعْنَا➡️ ثُمَّ يَتَوَلَّىٰ فَرِيقٌ مِنْهُمْ مِنْ بَعْدِ ذَٰلِكَ ۚ وَمَا أُولَٰئِكَ بِالْمُؤْمِنِينَ ২৪:৪৭ সিহঁতে কয়, ‘আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছো আৰু ➡️আমি আনুগত্য কৰিছো’⬅️। ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়...