How first so-called Hadith entered in Islam?
প্ৰথম তথাকথিত হাদিসৰ জন্ম-1️⃣ ”Obey Ellah and obey the Messenger”-6️⃣ ক্ৰমিক নংঃ-1️⃣0️⃣7️⃣(যোৱা সংখ্যাৰ পিছৰ পৰা...) ⬇️⬇️ যোৱা খণ্ডত কৈছিলোযে আমি "Obey E'llah and Obey the Messenger" এই বিষয়ৰ ওপৰত ক্ৰমিক:১-৪ লৈকে লিখিনিত ঐতিহাসিক যুক্তিৰে দেখুৱাইছোযে খোলাফায়ে ৰাছেদিনৰ (চাৰি চাহাবা) যুগত কোনো দুইনম্বৰী হাদিসৰ আমল কৰাৰ কাৰো সাহস নাছিল। ।।।। 🎊কিয় আমি বাৰে বাৰে কথাবোৰ হাদিসৰ ফালে লৈ আনিছো!? ।।।। ইতিহাসে কয়ঃ বিদায়ী হজৰ ভাষণৰ পাছত মদিনালৈ ঘূৰি আহিয়েই ৰাছুল মহম্মদ(আ:ছা:) অসুস্থ হৈ পৰে। দিনে দিনে এই অসুস্থতা বাঢ়িগৈ থাকে। সেই অসুস্থতাৰ পৰা তেওঁ আৰু সুস্থ হৈ নুঠিল। এই ঘটনাৰ তিনি মাহৰ ভিতৰত ৰাছুলে (আ:ছা:) মৃত্যুবৰণ কৰে। ⬇️ হাদিস বর্ণনাকাৰিৰ জন্ম: ৰাছুল মহম্মদৰ(আ:ছা:) লাশ দাফন কৰাৰ আগতেই প্রশ্ন উঠে তেওঁৰ উত্তৰাধিকাৰ কোন হ'ব? এই সিদ্ধান্ত গ্রহণত যেতিয়া তেওঁৰ ঘনিষ্ট সাহাবীসকলে বিভিন্ন মতামত দিছিল ঠিক তেতিয়াই তিনিজন হাদিস বৰ্ণনাকাৰীৰ জন্মক্ষন। এই তিনিজন ৰাছুলৰ নামত তিনিটা হাদিস হাজিৰ কৰে। এই তিনিজন বর্ণনাকাৰি হৈছে: ১. সাদ ইবনে আবু ওয়াক্কাস (ৰা:), ২. আয়েশা (ৰা:) আৰু ৩. হাফস...
Comments
Post a Comment